দক্ষিণ নেপালত বিস্ফোৰণ, আৰক্ষী বিষয়াসহ নিহত ৩

ফাইল ফটো
ফাইল ফটো
  • দক্ষিণ নেপালৰ ধানচোৱাত বিস্ফোৰণৰ ঘটনা।
  • শুকুৰবাৰে নিশা সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত মুঠ ৩ জন লোক।
  • নিহত সকলৰ ভিতৰত আছিল এগৰাকী আৰক্ষী বিষয়া আৰু দুজন সাধাৰণ নাগৰিক।
  • আনহাতে বোমা বিস্ফোৰণটোত ৪ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
  • বিস্ফোৰণটোৰ আঁৰত কোন জড়িত আছে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই আৰক্ষীয়ে।
  • আহত সকলক নিশাই ভৰ্তি কৰা হয় চিকিৎসালয়ত।
  • আহত এজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in