নিৰ্বাচনী ৰেলীৰ মাজতে আফগানিস্তানত বিস্ফোৰণ, নিহত ১২

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • আফিগানিস্তানত শনিবাৰে নিৰ্বাচনী ৰেলীত বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত হৈছে ১২ জন, আহত ৩২ জন।
  • উত্তৰ-পূৱ আফগানিস্তানত সংঘটিত হ'ল এই বিস্ফোৰণ।
  • বৰ্তমানলৈকে বিস্ফোৰণৰ সন্দৰ্ভত কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in