শেহতীয়া খবৰ
অনুষ্ঠানৰ মাজতে ভূটানৰ সাংসদক প্ৰধানমন্ত্ৰী মোডীয়ে দিলে ভুকু! চাওক VIDEO  •  অতি সংকটজনক প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অৱস্থা...  •  মাতৃক লৈ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ উপস্থিত বৰপেটাত, দৰ্শন কৰিলে বৰপেটা সত্ৰ...  •  লামডিঙত পথৰ ওপৰতেই গছ পুলি ৰুই প্ৰতিবাদ সাব্যস্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ...  •  ৰঙামাটিত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক চমজালে বৃহৎ পৰিমানৰ লালীগুড়...  •  নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস-নৱাগত আদৰণী সভাত ড° বিৰিঞ্চি কুমাৰ দাস...  •  সৰুপথাৰত তিনিশ অগপ-কংগ্ৰেছ নেতা কৰ্মী বিজেপিত যোগদান...  •  শাওন আৰু ভাদৰ সংক্ৰান্তিত হৰি নামৰ অমল ধ্বনিত মুখৰিত বটদ্ৰৱা থান..VIDEO  •  ন-পুৰণি ছাত্ৰৰ মিলনস্থলীলৈ ৰূপান্তৰিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং ছাত্ৰাৱাস...  •  ন-পুৰণি ছাত্ৰৰ মিলনস্থলীলৈ ৰূপান্তৰিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং ছাত্ৰাৱাস...

আহতৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান, ববিতা শৰ্মা

565
  • মহানগৰীৰ চিৰিয়াখানাৰ সমীপত ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত এজন লোক।
  • আহত সকলক ভৰ্তি কৰা হৈছি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।
  • আহতসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ জিএমচিএইছত উপস্থিত আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়া।
  • ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে আৰক্ষী আয়ুক্তই।

  • তদন্তৰ পিছতে এই বিস্ফোৰণৰ আঁৰত কাৰ হাত আছে সেয়া নিশ্চিত হ’ব বুলি মন্তব্য আৰক্ষী আয়ুক্তগৰাকীৰ।
  • বিস্ফোৰণত কোনো লোক নিহত হোৱাৰ সংবাদ আৰক্ষীয়ে লাভ কৰা নাই বুলিও মন্তব্য আৰক্ষী আয়ুক্ত গৰাকীৰ।
  • আনহাতে আহতসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎলায়ত উপস্থিত হৈছে গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাও।

  • বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰাৰ দাবী ববিতা শৰ্মাৰ।
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি