আহতৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান, ববিতা শৰ্মা

আহতৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান, ববিতা শৰ্মা
  • মহানগৰীৰ চিৰিয়াখানাৰ সমীপত ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত এজন লোক।
  • আহত সকলক ভৰ্তি কৰা হৈছি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।
  • আহতসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ জিএমচিএইছত উপস্থিত আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়া।
  • ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে আৰক্ষী আয়ুক্তই।
  • তদন্তৰ পিছতে এই বিস্ফোৰণৰ আঁৰত কাৰ হাত আছে সেয়া নিশ্চিত হ'ব বুলি মন্তব্য আৰক্ষী আয়ুক্তগৰাকীৰ।
  • বিস্ফোৰণত কোনো লোক নিহত হোৱাৰ সংবাদ আৰক্ষীয়ে লাভ কৰা নাই বুলিও মন্তব্য আৰক্ষী আয়ুক্ত গৰাকীৰ।
  • আনহাতে আহতসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎলায়ত উপস্থিত হৈছে গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাও।
  • বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰাৰ দাবী ববিতা শৰ্মাৰ।
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in