শেহতীয়া খবৰ
আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ দৰঙত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ ক’লা দিৱস ঘোষণা  •  মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান  •  তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ  •  তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ  •  বোকাখাতত ভয়ংকৰ দুৰ্ঘটনা, নিহত ট্ৰেক্টৰ চালক  •  ৰাজপথত ১১৩ কোটি টকা, লাগিল হেতা-ওপৰা  •  ডবকাত দ্ৰুতবেগী টাটা ম’বাইল বাহনৰ খুন্দাত নিহত এজন বাইক আৰোহী

হাতত ধনু লৈ কাক লক্ষ্য কৰি চলমানে এৰিলে কাঁড়, চাওক VIDEO

287

ডিজিটেল ডেস্কঃ বলিউদৰ ভাইজান চলমান খানৰ ছবি সমূহে বক্স অফিচত খলকনি তোলাতো একো নতুন কথা নহয়। ইয়াৰ বাহিৰেও চলমান খান বিভিন্ন ঘটনাৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। এইবাৰ চলমান চৰ্চালৈ আহিছে অন্য এক কাৰণত। নিজৰ এক প্ৰতিভাৰ বাবে চলমানে এইবাৰ খলকনি তুলিছে ছচিয়েল মিডিয়াত।

কি ফেচবুক, কি টুইটাৰ সকলোতে ভাইৰেল চলমানৰ এটা ভিডিঅ। দৰাচলতে চলমান এইকেইদিন ব্যস্ত আছে আহিবলগীয়া ছবি ‘ভাৰত’ৰ শ্বুটিংত। শ্বুটিংৰ মাজতে চলমানে হাতত ধনু-কাঁড় লৈ ব্যস্ত হ’ল আৰ্চাৰী খেলত । আচৰিতভাৱে চলমানৰ এই কাঁড় ভেদেগৈ সঠিক লক্ষ্যস্থলত। চাওক এই ভিডিঅ’টো ।

View this post on Instagram

Bullzeye #salmamkhan 😎

A post shared by Viral Bhayani (@viralbhayani) on

আচলতে চলমানৰ আৰ্চাৰী খেলৰ প্ৰতি আছে বিশেষ ৰাপ। আৰু এই ক্ষেত্ৰত বহুখিনি পাৰ্গত অভিনেতাজন। উল্লেখ্য যে, চলমান বৰ্তমান ব্যস্ত থকা ‘ভাৰত’ ছবিখন মুক্তি পাব ২০১৯ৰ ৫ জুনত ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি