শেহতীয়া খবৰ
কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...  •  দিল্লীৰ চৰকাৰী বিদ্যালয় ভ্ৰমণ কৰিব আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পে, অনুষ্ঠানলৈ কেন্দ্ৰই নিমন্ত্ৰণেই নকৰিলে কেজৰিৱাল-চিছোদিয়াক...  •  পানেৰীৰ গুলীচালনাৰ ঘটনাক নিন্দা এবছু, নেমছুৰ, ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে আন্দোলনৰ হুংকাৰ  •  দণ্ডাধীশৰ পদ এৰি ৰে’লৰ চাকৰি লোৱা অসমৰ ২ বিষয়াৰ কাৰ্যালয়সহ ৪ ৰাজ্যৰ ১০ স্থানত চিবিআইৰ তালাচী  •  মৌলানা আবুল কালাম আজাদৰ মৃত্যু দিৱস পালন এবিএমছুৰ  •  অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মন আৰু নাই...

IIFA Award-2019: কোনে লাভ কৰিলে কি বঁটা, পঢ়ক সবিশেষ…

353

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা মুম্বাইত অনুষ্ঠিত হয় আইফা এৱাৰ্ড-২০১৯ (IIFA) বঁটা বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে বলিউডৰ নামী-দামী তাৰকা সকল। এই বঁটা বিতৰণ অনুষ্ঠানত ৰেখা, মাধুৰী দীক্ষিত, কেটৰিণা কাইফ, ছলমান খান, আয়ুষ্মান খুৰানা, বিক্কী কোশল, ৰণবীৰ সিং, ছাৰা আলী খান, দীপিকা পাডুকণ, আলিয়া ভাটৰ লগতে বলিউডৰ প্ৰায়গৰাকী তাৰকা।

আইফা এৱাৰ্ড-২০১৯ অনুষ্ঠানত ৰণবীৰ সিঙক ‘বেষ্ট এক্টৰ’ আৰু আলিয়া ভাটক ‘বেষ্ট এক্ট্ৰেছ’ বঁটাৰে সন্মানিত কৰা হয়। এই বঁটা বিতৰণ অনুষ্ঠানত কোনে কি কি বঁটা লাভ কৰিলে সেই বিষয়ে তলত উল্লেখ কৰা হ’ল-

  • বেষ্ট ডায়ৰেক্টৰঃ শ্ৰীৰাম ৰাঘৱণ (অন্ধাধুন)।
  • বেষ্ট এক্টৰঃ ৰণবীৰ সিং (পদ্মাৱত)
  • বেষ্ট এক্ট্ৰেছঃ আলিয়া ভাট (ৰাজি)
  • বেষ্ট ছাপ’ৰ্টিং ৰ’ল (মহিলা)ঃ আদিতি ৰাও হেডৰী।
  • বেষ্ট ছাপ’ৰ্টিং ৰ’ল (পুৰুষ)ঃ বিকি কৌশল।
  • বেষ্ট ডেব্যু (মহিলা)ঃ ছাৰা আলী খান (কেদাৰনাথ)।
  • বেষ্ট ডেব্যু (পুৰুষ)ঃ ঈশান খট্টৰ।
  • স্পেচিয়েল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছঃ দীপিকা পাডুকন।
  • IIFA BIG 20 Award ফৰ বেষ্ট ডায়ৰেক্টৰঃ ৰাজকুমাৰ হিৰাণী।
  • বেষ্ট মিউজিক ডায়ৰেক্টৰঃ অমাল মালিক, গুৰু ৰন্ধাৱা, ৰোছক কোহলী, সৌৰভ-বৈভৱ, হানী সিং, জেক নাইট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি