বলিউডৰ পৰিচালক অনুৰাগ কাশ্যপ-অভিনেত্ৰী তাপসী পন্নৰ ২০ ঠিকনাত আয়কৰ বিভাগৰ অভিযান…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বলিউডৰ পৰিচালক অনুৰাগ কাশ্যম আৰু অভিনেত্ৰী তাপসী পন্নুৰ মুম্বাই আৰু পুনেস্থিত বহু স্থানত অভিযান চলাই আয়কৰ বিভাগে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এক চুৰি কাণ্ডৰ তদন্তৰ বাবে এই অভিযান চলোৱা হৈছে। মুম্বাই আৰু পুনেৰ ২০টা স্থানত আয়কৰ বিভাগে চলাই অভিযান।

উল্লেখ্য যে, আয় কৰৰ ছেকশ্যন ১৩২ৰ অধীনত চলাই থকা হৈছে এই অভিযান। ইফালে, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়- আয়কৰ বিভাগে যিজন লোকৰ বিৰুদ্ধে তথ্য লাভ কৰে তাৰ ওপৰতে ভিত্তি কৰি অভিযান চলায়। আৰু পাছত এই গোচৰ যায় ন্যায়ালয়লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in