শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেতৃৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

ছুপাৰষ্টাৰ ৰজনীকান্তলৈ দাদাচাহেব ফাল্কে বঁটা…

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হৈছে ৫১ সংখ্যক দাদাচাহেব ফাল্কে বঁটা। দক্ষিণ ভাৰতৰ ‘থালাইৱা’ অভিনেতা তথা ছুপাৰষ্টাৰ ৰজনীকান্তক এই বঁটাৰে সন্মানিত কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ঘোষণা কৰে এই কথা।

দাদাচাহেব ফাল্কে বঁটা প্ৰদানৰ ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- ‘এই কথা জনাবলৈ পাই মই সুখী যে ৫১সংখ্যক দাদাচাহেব ফাল্কে বঁটা ভাৰতীয় চিনেমা জগতৰ দিগ্বজ অভিনেতা ৰজনীকান্তলৈ আগবঢ়োৱা হ’ব…।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি