বোকাজানৰ শুকানজানত বিধ্বংসী অগ্নিকাণ্ড

  • বোকাজানৰ শুকানজানত শুকুৰবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত জ্বলি ছাৰখাৰ হ'ল ৫খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান।
  • ফলত প্ৰায় ২০ লাখ টকাৰ সামগ্ৰীৰ ক্ষতিসাধন।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।
  • জানিব পৰা হোৱা নাই জুই লগাৰ কাৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in