জননেতা সব্যসাচী সোঁৱৰণী নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা, প্ৰথম দিনৰ খেলত বিজয়ী বকো…

জননেতা সব্যসাচী সোঁৱৰণী নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা, প্ৰথম দিনৰ খেলত বিজয়ী বকো…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত দেওবাৰৰে পৰা আৰম্ভ হৈছে জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ৯ম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা ।বকো খেলপথাৰত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই আয়োজন কৰা দেওবাৰৰ প্ৰথম দিনৰ খেলখনত বকো ফুটবল দলে মাজজাখেলি বাৰ্মুদাই ফুটবল দলক ৩-২ গল দি বিজয়ী হয় । সোমবাৰৰ খেলখন ছয়গাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ফুটবল দল আৰু ৰাভা হাছং ক্ৰীড়া সন্থা ফুটবল দলৰ মাজত অনুষ্ঠিত হ'ব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in