বোকাখাতত প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্থ, ৯ জনৰ অৱস্থা সংকটজনক…

বোকাখাতত প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্থ, ৯ জনৰ অৱস্থা সংকটজনক…
  • প্ৰতিমা বিসৰ্জন দি ঘুৰি অহাৰ পথত বোকাখাতৰ লতাবাৰীত মঙলবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘৰ্টিত হয়।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • মদ্যপান কৰি এখন মালবাহী টাটা এচিৰ চালকে আন এখন গাড়ীক অতিক্ৰম কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাটো সংঘৰ্টিত কৰে।
  • দুৰ্ঘটনাত পতিত হোৱা মালবাহী বাহনখনৰ নম্বৰ হৈছে এ এছ ০৫ চি – ৮৩১০।
  • উক্ত গাড়ীখনতে উঠি লোকসকলে লচাবাৰীত ডিফলু নদীত প্ৰতিমা বিসৰ্জন দিবলৈ গৈছিল।
  • দুৰ্ঘটনাৰ ফলত শিশু, মহিলাসহ ২৫ জন লোক আহত হয়।
  • ইয়াৰে ৯জনৰ অৱস্থা সংকটজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in