শেহতীয়া খবৰ
ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ দোষীক যাৱজ্জীৱন কাৰাদণ্ড...  •  সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ

বোকাখাতত প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্থ, ৯ জনৰ অৱস্থা সংকটজনক…

129
  • প্ৰতিমা বিসৰ্জন দি ঘুৰি অহাৰ পথত বোকাখাতৰ লতাবাৰীত মঙলবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘৰ্টিত হয়।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • মদ্যপান কৰি এখন মালবাহী টাটা এচিৰ চালকে আন এখন গাড়ীক অতিক্ৰম কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাটো সংঘৰ্টিত কৰে।
  • দুৰ্ঘটনাত পতিত হোৱা মালবাহী বাহনখনৰ নম্বৰ হৈছে এ এছ ০৫ চি – ৮৩১০।
  • উক্ত গাড়ীখনতে উঠি লোকসকলে লচাবাৰীত ডিফলু নদীত প্ৰতিমা বিসৰ্জন দিবলৈ গৈছিল।
  • দুৰ্ঘটনাৰ ফলত শিশু, মহিলাসহ ২৫ জন লোক আহত হয়।
  • ইয়াৰে ৯জনৰ অৱস্থা সংকটজনক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি