বোকাখাতৰ দক্ষিণ কাজিৰঙা পঞ্চায়তৰ সভাপতি পদত পুনৰ ভোট গণনা

  • বোকাখাতৰ দক্ষিণ কাজিৰঙা পঞ্চায়তৰ সভাপতি পদত পুনৰ ভোট গণনা৷
  • অগপ প্ৰাৰ্থী জয়ী হৈছিল পঞ্চায়তখনত।
  • ভোট গণনাত ভুলৰ বাবে অগপ প্ৰাৰ্থী জয়ী হোৱাৰ অভিযোগ কৰিছিল বিজপিয়ে।
  • ইয়াৰ পিছতে পুনৰ ভোট গণনাৰ দাবী তুলিছিল বিজেপিয়ে।
  • বিজেপিৰ আবেদনৰ পিছতে পঞ্চায়তখনত পুনৰ ভোট গণনাৰ সিদ্ধান্ত নিৰ্বাচনী আয়োগৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in