বোকাখাতত কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰ

বোকাখাতত কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰ
  • বোকাখাটত সংঘটিত বলাৎকাৰ কাণ্ডৰে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ।
  • ১৪ বছৰীয়া এগৰাকী কিশোৰীক বলাৎকাৰ কৰিছিল দুয়োৱে।
  • বৰ বেটি অঞ্চলত সংঘটিত হৈছিল এই কাণ্ড।
  • গ্ৰেপ্তাৰ কৰা অভিযুক্তদ্বয় ক্ৰমে-বাবুল বৰা আৰু ভাস্কৰ দত্ত।
  • নির্যাতিতা কিশোৰীগৰাকীৰ মাতৃৰ অভিযাগোৰ ভিত্তিত বোকাখাত থানাত ৰুজু হৈছিল গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in