শেহতীয়া খবৰ

বোকাখাতৰ লক্ষৌজানত পহু উদ্ধাৰ…

◾সোমবাৰে বোকাখাতৰ লক্ষৌজানত পহু উদ্ধাৰ।

◾লখৌজানৰ ননীগোপাল ৰাজখোৱাৰ চৌহদত পুৱাৰ ভাগত সোমাইছিল পহুটো।

◾কাজিৰঙাৰ পৰা পহুটো ওলাই অহাৰ সন্দেহ।

◾পিছত বোকাখাতৰ পানবাৰীস্থিত “বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ”ৰ দ্বাৰা ট্ৰেংকুলাইজ কৰি পহুটো উদ্ধাৰ কৰা হয়।

◾ইফালে পানবাৰী এনিমেল কৰিড’ৰত সোমবাৰে গাড়ীৰ খুন্দাত এই বৰ্ষৰ প্ৰথমটো পহুৰ মৃত্যু হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি