বোকাখাতৰ লক্ষৌজানত পহু উদ্ধাৰ…

বোকাখাতৰ লক্ষৌজানত পহু উদ্ধাৰ…

◾সোমবাৰে বোকাখাতৰ লক্ষৌজানত পহু উদ্ধাৰ।

◾লখৌজানৰ ননীগোপাল ৰাজখোৱাৰ চৌহদত পুৱাৰ ভাগত সোমাইছিল পহুটো।

◾কাজিৰঙাৰ পৰা পহুটো ওলাই অহাৰ সন্দেহ।

◾পিছত বোকাখাতৰ পানবাৰীস্থিত "বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ"ৰ দ্বাৰা ট্ৰেংকুলাইজ কৰি পহুটো উদ্ধাৰ কৰা হয়।

◾ইফালে পানবাৰী এনিমেল কৰিড'ৰত সোমবাৰে গাড়ীৰ খুন্দাত এই বৰ্ষৰ প্ৰথমটো পহুৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in