বোকাখাত আৰু কাজিৰঙাত ধুমুহা-বৰষুণ-শিলাবৃষ্টি : বিস্তৰ ক্ষয়-ক্ষতি…

বোকাখাত আৰু কাজিৰঙাত ধুমুহা-বৰষুণ-শিলাবৃষ্টি : বিস্তৰ ক্ষয়-ক্ষতি…
  • দেওবাৰে বিয়লি কাজিৰঙা আৰু বোকাখাতত এজাক ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে শতাধিক পৰিয়ালৰ।
  • কাজিৰঙাৰ গেলেকি, বচাগাঁও, লক্ষীপুৰ আৰু বোকাখাতৰ ধানবাৰী, জাপৰি পথাৰ, বৰি গাঁৱকে ধৰি বিভিন্ন অঞ্চলত ধুমুহাই বিধস্ত কৰে শতাধিক আবাসগৃহ।
  • প্ৰায় এঘন্টা ধৰি হয় ধুমুহা, বৰষুণ আৰু শিলাবৃষ্টি।
  • এই ধুমুহা আৰু শিলাবৃষ্টিত কোনো লোক হতাহত হোৱা নাই যদিও সা-সম্পতিৰ বিস্তৰ ক্ষতিসাধন হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in