শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

বোকাখাত আৰু কাজিৰঙাত ধুমুহা-বৰষুণ-শিলাবৃষ্টি : বিস্তৰ ক্ষয়-ক্ষতি…

  • দেওবাৰে বিয়লি কাজিৰঙা আৰু বোকাখাতত এজাক ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে শতাধিক পৰিয়ালৰ।
  • কাজিৰঙাৰ গেলেকি, বচাগাঁও, লক্ষীপুৰ আৰু বোকাখাতৰ ধানবাৰী, জাপৰি পথাৰ, বৰি গাঁৱকে ধৰি বিভিন্ন অঞ্চলত ধুমুহাই বিধস্ত কৰে শতাধিক আবাসগৃহ।
  • প্ৰায় এঘন্টা ধৰি হয় ধুমুহা, বৰষুণ আৰু শিলাবৃষ্টি।
  • এই ধুমুহা আৰু শিলাবৃষ্টিত কোনো লোক হতাহত হোৱা নাই যদিও সা-সম্পতিৰ বিস্তৰ ক্ষতিসাধন হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি