বোকাখাতত চাঞ্চল্যকৰ হত্যাকাণ্ড

বোকাখাতত চাঞ্চল্যকৰ হত্যাকাণ্ড
  • বোকাখাতত চাঞ্চল্যকৰ ঘটনা।
  • যুগলত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।
  • এজন লোকক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা।
  • কোন দুৰ্বৃত্তই লোকজনক হত্যা কৰিলে জানিব পৰা হোৱা নাই।
  • নিহত লোকজনৰ নাম ভায়া ওৰাং।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in