বোকাখাতত ভতিজাকে হত্যা কৰিলে খুড়াকক…

বোকাখাতত ভতিজাকে হত্যা কৰিলে খুড়াকক…
  • বুধবাৰে বোকাখাতৰ কুমাৰণী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ।
  • ভতিজাকে দাৰে ঘপিয়াই হত্যা কৰিলে খুড়াকক।
  • হত্যাকাণ্ডৰ বলি লোকজনৰ নাম কৃষ্ণ মাঝি।
  • হত্যাকাৰী ৰাহুল মাঝিৰ বোকাখাত আৰক্ষীৰ ওচৰত আত্মসৰ্পন।
  • মাটিবাৰীৰ কণ্ডলৰ পৰিণতিত সংঘটিত এই হত্যাকাণ্ড।
  • গাঁওবাসীৰ মতে দীৰ্ঘদিনীয়া কণ্ডল আছিল পৰিয়াল দুটাৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in