বোকাখাতত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা-সামগ্ৰী ধ্বংস…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শনিবাৰে নিশা বোকাখাতৰ সাপজুৰীত ভয়ংকৰ অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডটোৰ ফলত জাহ গ'ল তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
  • সাপজুৰীৰ ৩৭ নং ঘাই পথৰ দাঁতিত থকা ৰামেশ্বৰ ছাহু নামৰ লোকজনৰ গেলামাল আৰু ইলেকট্ৰনিক সামগ্ৰীৰ তিনিখনকৈ দোকান ভস্মীভূত হয় উক্ত অগ্নিকাণ্ডটোত।
  • ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিত হৈ জুই নুমুৱাবালৈ সক্ষম হয় যদিও বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী ধ্বংস হৈছে।
  • চৰ্ট-চাৰ্কিট ফলতেই উক্ত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in