বোকাখাতত ভয়ংকৰ দুৰ্ঘটনা, নিহত ট্ৰেক্টৰ চালক

বোকাখাতত ভয়ংকৰ দুৰ্ঘটনা, নিহত ট্ৰেক্টৰ চালক
  • বোকাখাতৰ সমীপৰ নিকৰিৰ গাভৰু চাপৰিত দুৰ্ঘটনা।
  • অঞ্চলটোত দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰ।
  • এই দুৰ্ঘটনাত থিতাতে নিহত ট্ৰেক্টৰ চালক ৰমেন পাৱ।
  • আন তিনিজন লোক আহত দুৰ্ঘটনাত।
  • আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in