বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • সোমবাৰে পুৱতি নিশা বোকাখাতৰ সাপজুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • জানিব পৰা মতে, সাপজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা NL 02 Q5557 নম্বৰৰ এখন ট্ৰাকত দুজন স্কুটি আৰোহীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
  • ঘটনাস্থলীতে নিহত হয় নুমলীগড়ৰ দুই স্কুটি আৰোহী ক্ৰমে অমৃত ছেট্ৰী আৰু দীপক দৰ্জী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in