শেহতীয়া খবৰ
মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি

শোকাৱহ পথ দুৰ্ঘটনা, বিহু গাবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল বোকাখাতৰ খৰ্গেশ্বৰ হাজৰিকা…

235
  • ৰঙালীৰ উচাহৰ মাজতে বোকাখাতত শোকাৱহ পথ দুৰ্ঘটনা।
  • পথ দুৰ্ঘটনাত মৃত্যু হয় এজন বিহুৱাৰ।
  • বোকাখাতৰ ৰজাবাৰীত সোমবাৰে নিশা সংঘটিত এই শোকাৱহ দুৰ্ঘটনা।
  • দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বোকাখাত মাধপুৰৰ এই লোকজন।
  • লোকজনৰ নাম খৰ্গেশ্বৰ হাজৰিকা।
  • বিহু সামৰি খোজকাঢ়ি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি