শোকাৱহ পথ দুৰ্ঘটনা, বিহু গাবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল বোকাখাতৰ খৰ্গেশ্বৰ হাজৰিকা…

শোকাৱহ পথ দুৰ্ঘটনা, বিহু গাবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল বোকাখাতৰ খৰ্গেশ্বৰ হাজৰিকা…
  • ৰঙালীৰ উচাহৰ মাজতে বোকাখাতত শোকাৱহ পথ দুৰ্ঘটনা।
  • পথ দুৰ্ঘটনাত মৃত্যু হয় এজন বিহুৱাৰ।
  • বোকাখাতৰ ৰজাবাৰীত সোমবাৰে নিশা সংঘটিত এই শোকাৱহ দুৰ্ঘটনা।
  • দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বোকাখাত মাধপুৰৰ এই লোকজন।
  • লোকজনৰ নাম খৰ্গেশ্বৰ হাজৰিকা।
  • বিহু সামৰি খোজকাঢ়ি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in