দুদিনত দুটাকৈ পিষ্টলসহ সজীৱ গুলী জব্দ বোকাজান আৰক্ষীৰ

দুদিনত দুটাকৈ পিষ্টলসহ সজীৱ গুলী জব্দ বোকাজান আৰক্ষীৰ

  • দুদিনত দুটাকৈ পিষ্টলসহ সজীৱ গুলি জব্দ বোকাজান আৰক্ষীৰ।
  • বোকাজান আৰু খটখটি আৰক্ষীৰ অভিযানত জব্দ দুটাকৈ .22 পিষ্টল।
  • বৃহস্পতিবাৰে খটখটি আৰক্ষীয়ে আদিবাসী গাঁৱত অভিযান চলাই জব্দ কৰে এটা. 22 পিষ্টলসহ দুই যায় সজীৱ গুলি।
  • অন্যহাতে শুকুৰবাৰে বোকাজানৰ মণিপুৰী বস্তিটো জব্দ এটা .22 পিষ্টলসহ 3 জাই সজীৱ গুলি।
  • ধৃত মণ্টু প্ৰসাদক আৰু প্ৰদীপ দাসক আটক বোকাজান আৰক্ষীৰ।
  • চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা এই পিষ্টল অনাৰ সন্দেহ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in