বোকাজানৰ খটখটীত প্ৰায় ৩০ সহস্ৰাধিক নিচাজাতীয় টেবলেট জব্দ, আটক এজন…

বোকাজানৰ খটখটীত প্ৰায় ৩০ সহস্ৰাধিক নিচাজাতীয় টেবলেট জব্দ,  আটক এজন…

ডিজিটেল সংবাদ, বোকাজানঃ সঅসম- নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ খটখটী আৰক্ষীৰ এক বৃহৎ অভিযান। গোপন খবৰৰ ভিত্তিত বুধবাৰে নিশা ৯ বজাত ডিমাপুৰলৈ বিক্ৰীৰ বাবে নি থকা অৱস্হাত অৰ্জুন দেৱবাৰ্মা নামৰ এজন ব্যক্তিৰ পৰা ২৯,০০০ টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় খটখটী আৰক্ষীয়ে। লগতে তেওঁক আটক কৰে। আটকাধীন ব্যক্তিজনৰ ঘৰ ত্ৰিপুৰাত । জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য আনুমানিক ৫ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in