বোকাজানত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ…

বোকাজানত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ…
  • বোকাজানত বৃহৎ সংখ্যক ড্ৰাগছ জব্দ।
  • বোকাজান আৰক্ষীৰ বিশেষ তালাচীত জব্দ ৬৬০ গ্ৰাম ড্ৰাগছ।
  • এখন নম্বৰবিহীন ৱাগন'ৰত আনিছিল ড্ৰাগছখিনি।
  • ৫১ টা চাবোনৰ বাকচত অনা হৈছিল এই ড্ৰাগছখিনি।
  • ডিমাপুৰৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাতে ড্ৰাগছখিনি জব্দ কৰা হয়।
  • উল্লেখ্য যে, 8 জানুৱাৰী তাৰিখে আটক হোৱা ড্ৰাগছ মাফিয়া বাবা হাজৰিকাক ড্ৰাগছ যোগান ধৰিছিল এই দুজন সৰবৰাহকাৰীয়ে।
  • ড্ৰাগছ সৰবৰাহকাৰী অছুখ' আৰু এছ শিলা নামৰ এগৰাকী মহিলাক আটক কৰে বোকাজান আৰক্ষীয়ে।
  • দুয়োৰে ঘৰ নাগালেণ্ডৰ চুমকডিমা বুলি জানিব পৰা গৈছে।
  • জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য প্ৰায় ৫ কোটি টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in