বোকাখাতত ড্ৰাগছসহ দুজন আটক…

বোকাখাতত ড্ৰাগছসহ দুজন আটক…

◾বোকাখাতত ড্ৰাগছ সহ দুজন যুৱক গ্ৰেপ্তাৰ ৷

◾ আৰক্ষী বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত চলা এক অভিযানত আটক কৰা হয় যুৱক দুজনক।

◾ নগাওঁ পুৰণিগুডামৰ পৰা বোকাখাতলৈ আনিছিল ড্ৰাগছখিনি ৷

◾ ড্ৰাগছৰ লগতে  ৮ টা কণ্টেইনাৰ আৰু এটা চিৰিঞ্জ উদ্ধাৰ হৈছে।

◾ বোকাখাতৰ আমটেঙাৰ বিপ্লৱ বৰা আৰু  সহদেব দলেক আটক কৰিছে বোকাখাত আৰক্ষীয়ে।

 ◾অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in