শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

বোকাখাতত ড্ৰাগছসহ দুজন আটক…

◾বোকাখাতত ড্ৰাগছ সহ দুজন যুৱক গ্ৰেপ্তাৰ ৷

◾ আৰক্ষী বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত চলা এক অভিযানত আটক কৰা হয় যুৱক দুজনক।

◾ নগাওঁ পুৰণিগুডামৰ পৰা বোকাখাতলৈ আনিছিল ড্ৰাগছখিনি ৷

◾ ড্ৰাগছৰ লগতে  ৮ টা কণ্টেইনাৰ আৰু এটা চিৰিঞ্জ উদ্ধাৰ হৈছে।

◾ বোকাখাতৰ আমটেঙাৰ বিপ্লৱ বৰা আৰু  সহদেব দলেক আটক কৰিছে বোকাখাত আৰক্ষীয়ে।

 ◾অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে ৷