সত্ৰ ন্যায়াধীশৰ পত্নী-পুত্ৰলৈ দেহৰক্ষীৰ গুলী, চাওক ভিডিঅ’

সত্ৰ ন্যায়াধীশৰ পত্নী-পুত্ৰলৈ দেহৰক্ষীৰ গুলী, চাওক ভিডিঅ’
  • সত্ৰ ন্যায়াধীশৰ পত্নী আৰু পুত্ৰলৈ গুলীবৰ্ষণ৷
  • ন্যায়াধীশগৰাকীৰ দেহৰক্ষীয়ে সংঘটিত কৰিলে এই কাণ্ড৷
  • গুৰুগ্ৰামৰ চেক্টৰ ৪৯ত এই ঘটনা৷
  • আহত দুইজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি৷
  • গুলীবৰ্ষণ কৰা দেহৰক্ষীজনক আটক আৰক্ষীৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in