কৰিমগঞ্জত মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জত মৃতদেহ উদ্ধাৰ
  • কৰিমগঞ্জৰ এটা মৃতদেহ উদ্ধাৰ।
  • কৰিগঞ্জৰ কায়স্থগ্ৰামত উদ্ধাৰ হয় মৃতদেহটো।
  • মৃত লোকজন বিহাৰৰ মহম্মদ চাবিক আহমেদ বুলি চিনাক্ত।
  • লোকজন ৰে'লৱে চিগনেল কৰ্মী আছিল।
  • বন্ধুৰ লগত কাজিয়াৰ পৰিণতিত হত্যাৰ সন্দেহ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in