চানমাৰি অভিযান্ত্রিক প্রতিষ্ঠানৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ…

চানমাৰি অভিযান্ত্রিক প্রতিষ্ঠানৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ…
  • মহানগৰীৰ চানমাৰিত মৃতদেহ উদ্ধাৰ।
  • উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ।
  • চানমাৰি অভিযান্ত্রিক প্রতিষ্ঠানৰ সমীপত উদ্ধাৰ মৃতদেহটো।
  • যুৱকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
  • নাক আৰু মুখৰ পৰা ফেন ওলাই থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
  • একাংশই ড্ৰাগছ আসক্ত হৈয়ে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।
  • ঘটনাস্থলীত উপস্থিত চানমাৰি আৰক্ষী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in