ৰঙালীৰ আনন্দৰ মাজতে ডুমডুমাৰ মাৱখুৱাত মৃতদেহ উদ্ধাৰ…

ৰঙালীৰ আনন্দৰ মাজতে ডুমডুমাৰ মাৱখুৱাত মৃতদেহ উদ্ধাৰ…
  • ৰঙালীৰ আনন্দৰ মাজতেই ডুমডুমাৰ মানখুৱাত মৃতদেহ উদ্ধাৰ ।
  • মানখুৱা চাহ বাগিছাৰ নলাত উদ্ধাৰ হয় মৃতদেহটো ।
  • উদ্ধাৰ হোৱা মৃতদেহটো বাবলু মাহাতু (৩৭)ৰ বুলি জানিব পৰা গৈছে ।
  • মৃতদেহৰ ওচৰতেই পৰি আছিল মাহাতুৰ মটৰ চাইকেল ।
  • বাবলু মাহাতুক হানি-খুচি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in