শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

বড়োলেণ্ড সাংবাদিক সন্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়োলেণ্ড সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰা হৈছে। কোকৰাঝাৰ বডোফা নগৰত থকা তথ্য আৰু জনসংযোগ সঞ্চালকালয়, বি টি চিৰ সভাগৃহত শুকুৰবাৰে জাইখলং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সাংবাদিক সন্থাৰ নতুন সমিতি কাৰ্যভাৰ অনুষ্ঠান সম্পন্ন হৈ যায়। সভাত কোকৰাঝাৰ-চিৰাং জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া গগন নাৰ্জাৰীৰ উপস্থিত থাকে। সভাত আবুবাক্কাৰ ছিদ্দিকক সভাপতি আৰু হান্থিগিৰী নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।