ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন…

ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন…
  • ছিপাঝাৰৰ পশ্চিম কুৰুৱাত অঘটন।
  • ব্রহ্মপুত্র-বৰদনী সংযোগস্থলত নাও দুৰ্ঘটনা।
  • ৫ গৰাকী যাত্রীৰ ৪ গৰাকীক স্থানীয় ভুটভুটিৰে উদ্ধাৰ।
  • এই পৰ্যন্ত সন্ধানহীন এজন লোক।
  • আটাইকেইগৰাকীয়ে ম'হ বান্ধিবলৈ চাপৰিলৈ গৈছিল নাৱেৰে।
  • সন্ধানহীন লোকজনক উদ্ধাৰৰ বাবে প্ৰেচেষ্টা অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in