প্ৰাক্তন ছাত্ৰ নেতা-শিক্ষক গোপাল ৰাজবংশীৰ মৃত্যু…

প্ৰাক্তন ছাত্ৰ নেতা-শিক্ষক গোপাল ৰাজবংশীৰ মৃত্যু…

ডিজিটেল সংবাদ, বোকাখাতঃ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন তাৰ্কিক, সমাজকৰ্মী গোপাল ৰাজবংশী ,(৫৪)আজি সন্ধ্যা যোৰহাট মেডিকেল কলেজত মৃত্যু হয়। ৰাজবংশী দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। ৰাজবংশীৰ মৃত্যুত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে নুমলীগড়ৰ দল সংগঠনে গভীৰ শোঁক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰাজবংশীয়ে পত্নী সহ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা এৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in