শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’…

146

ডিজিটেল ডেস্কঃ বিশ্বৰ মহাকাশ বিজ্ঞানীসকলে অপেক্ষা কৰিছে অহা ৩১ অক্টোবৰলৈ। কিয়নো এই দিনটোত আকাশ দেখা পোৱা যাব ব্লু মুন। দৰাচলতে, আমাৰ সৌৰজগতত এক দুৰ্লভ ঘটনা সংঘটিত হোৱাৰ ফলত দেখা পোৱা যাব নীলা চন্দ্ৰ অৰ্থাৎ ব্লু মুন।

ইফালে, একাংশ বিদেশী ৰাষ্ট্ৰত এই দিনটোত উদযাপন কৰা হ’ব হেল’ৱিন নামৰ এক উৎসৱ। এই ব্লু মুন দেখা পোৱা যাব উত্তৰ আৰু দক্ষিণ আমেৰিকা, ভাৰত, এথিয়া তথা ইউৰোপৰ দেশসমূহত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, প্ৰায় ৭৬ বছৰ পূৰ্বে দেখা পোৱা গৈছিল ব্লু মুন। আৰু ১৯ বছৰ পাছতহে পুনৰ দেখা পোৱা যাব এই নীলা চন্দ্ৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি