আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু

  • আফগানিস্তানৰ নাংগাৰাহৰ জালালবাদ চহৰত ভয়ংকৰ বিস্ফোৰণ।
  • ট'ল' নিউজে সদৰী কৰিছে এই খবৰ।
  • জালালবাদৰ নেশ্যনেল আইডেন্টি কাৰ্ড ডিপাৰ্টমেন্টত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত ৪ জন সাধাৰণ নাগৰিক নিহত হয়।
  • আনহাতে আন কেইবাগৰাকীও লোক বিস্ফোৰণত আহত হোৱা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in