পাণবজাৰ বিস্ফোৰণঃ কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে, VIDEO

পাণবজাৰ বিস্ফোৰণঃ কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে, VIDEO
  • পাণবজাৰ বিস্ফোৰণ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ মন্তব্য।
  • সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
  • কি ধৰণৰ বিস্ফোৰণ আছিল সেয়া বিশেষজ্ঞসকলে অনুসন্ধান অব্যাহত ৰাখিছে।
  • আলফা স্বাধীনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।
  • সেই সন্দৰ্ভত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰক্ষী সঞ্চালক প্ৰধান গৰাকী।

বিস্ফোৰণ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্রধানৰ মন্তব্য এয়া-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in