শেহতীয়া খবৰ
মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি

ভয়াবহ বিস্ফোৰণ, নিহত ১৭, আহত ৪০ৰো অধিক

2,583
  • পাকিস্তানত ভয়ংকৰ আইইডি বিস্ফোৰণ।
  • কোৱেট্টাৰ হাজাৰগঞ্জী চব্জী মণ্ডীত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত ১৭ জন লোক।
  • ইফালে আহত হৈছে প্ৰায় ৪০ জন লোক।
  • শুকুৰবাৰে পুৱা সংঘটিত হয় এই বিস্ফোৰণ।
  • আহত সকলক ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক।
  • বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
  • হাজাৰগঞ্জী জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি