২ চৰকাৰী কাৰ্যালয়ত পুৱাই উৰিল ক’লা পতাকা, চাওক VIDEO

২ চৰকাৰী কাৰ্যালয়ত পুৱাই উৰিল ক’লা পতাকা, চাওক VIDEO

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ত শনিবাৰে উৰিল ক'লা পতাকা। ক'লা পতাকা কোনে চৰকাৰী কাৰ্যালয়তকেতিয়া উৰালে সেই তথ্য কাৰোৰে হাতত নাই।

এই ঘটনাই ইতিমধ্যে মৰাণত চাঞ্চল্য সৃষ্টি হৈছে। সচেতন লোকে ক'লা পতাকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পতাকা নমাই নিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in