শেহতীয়া খবৰ
আজি প্ৰয়াগৰাজলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ  •  ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে  •  শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ...  •  এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি

২ চৰকাৰী কাৰ্যালয়ত পুৱাই উৰিল ক’লা পতাকা, চাওক VIDEO

733

ডিজিটেল সংবাদ, মৰাণঃ মৰাণত মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ত শনিবাৰে উৰিল ক’লা পতাকা। ক’লা পতাকা কোনে চৰকাৰী কাৰ্যালয়তকেতিয়া উৰালে সেই তথ্য কাৰোৰে হাতত নাই।

এই ঘটনাই ইতিমধ্যে মৰাণত চাঞ্চল্য সৃষ্টি হৈছে। সচেতন লোকে ক’লা পতাকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পতাকা নমাই নিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি