শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা

  • বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পিছতে অগপ আৰু ইউপিপিএলৰ দলৰ সৈতে বৈঠক ।
  • বৈঠকত বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত শৰ্মাই দিলে প্ৰথমটো ভাষণ ।
  • অগপ আৰু ইউপিপিএলক নিৰ্বাচনত জয়লাভৰ পিছতে অভিনন্দন আৰু উষ্ম আদৰনি ।
  • কেন্দ্ৰীয় নেতৃত্বকো ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে শৰ্মাই ।
  • স্বাধীনতাৰ পিছত এইখনেই অকংগ্ৰেছী চৰকাৰ যি দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিছে বুলি মন্তব্য হিমন্তৰ ।
  • প্ৰধানমন্ত্ৰী মোডীৰ প্ৰচেষ্টাত উন্নয়নৰ তালিকাত স্থান লাভ কৰিছে অসমে ।
  • সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আমি জাতিটোক বহুত আগুৱাই গৈছিল কয় হিমন্তই ।
  • মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বতে আমি মূল্যবোধৰ ৰাজনীতি পাইছো বুলি মন্তব্য হিমন্তৰ ।
  • সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই ।
  • সোমবাৰে ১২ বজাৰ আগত নতুন চৰকাৰে শপত গ্ৰহন কৰিব বুলি কয় শৰ্মাই ।
  • আমি সমাজৰ সকলো ব্যক্তিলৈ হাঁহি বিয়পাব লাগিব বুলি বিধায়ক সকলক আহ্বান শৰ্মাৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি