অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ সমষ্টিত বিজেপিৰ জয়

  • অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ সমষ্টিত বিজেপিৰ জয়।
  • শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ দোপদৰ জিলা পৰিষদ দখল কৰিলে বিজেপিয়ে।
  • বিজেপিৰ কল্পনা চাহু তাছা বিজয়ী।
  • জিলা পৰিষদ সমষ্টিটোৰ ৩খন পঞ্চায়তো বিজেপিৰ দখলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in