শেহতীয়া খবৰ
কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..  •  এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক...  •  পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!  •  মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক...  •  ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী...  •  সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ...  •  ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন...  •  একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু...  •  বৰপেটাৰ ভেল্লাত হস্তনিৰ্মিত ৰিভ'লভাৰ সহ তিনিজনক গ্ৰেপ্তাৰ..  •  দ্ৰুতবেগী মালবাহী ৰে'লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু...

শুকুৰবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা…

107

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ঘোষণা কৰা হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা। ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ অধিকাংশই ২০২০ বৰ্ষতো প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বৃহস্পতিবাৰে দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। ২০২০ বৰ্ষত বিজেপিয়ে ৭৫ বছৰৰ ওপৰৰ বয়সৰ কোনো লোককে দিল্লী বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি