দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ
  • দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পাইনাৰৰ তালিকা প্ৰকাশ।
  • তালিকাৰ শীৰ্ষতে আছে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, বিজেপিৰ অধ্যক্ষ জে পি নড্ডা।
  • তালিকাত স্থান পাইছে সাংসদ হেমা মালিনী, ছানী দেউল, হংস ৰাজ হংস, গৌতম গম্ভীৰে।
  • ভোজপুৰী অভিনেতা ৰবি কিষাণ আৰু দিনেশ লাল যাদৱো বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব দিল্লীত।
  • উল্লেখ্য যে, অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন।
  • ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব এই নিৰ্বাচনৰ ফলাফল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in