শেহতীয়া খবৰ
সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা

দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

1,634
  • দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পাইনাৰৰ তালিকা প্ৰকাশ।
  • তালিকাৰ শীৰ্ষতে আছে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, বিজেপিৰ অধ্যক্ষ জে পি নড্ডা।
  • তালিকাত স্থান পাইছে সাংসদ হেমা মালিনী, ছানী দেউল, হংস ৰাজ হংস, গৌতম গম্ভীৰে।
  • ভোজপুৰী অভিনেতা ৰবি কিষাণ আৰু দিনেশ লাল যাদৱো বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব দিল্লীত।
  • উল্লেখ্য যে, অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন।
  • ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব এই নিৰ্বাচনৰ ফলাফল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি