মঙলবাৰে বিশ্বনাথ চাৰিআলিত বিজেপিৰ শান্তি সমদল

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মঙলবাৰে বিশ্বনাথ চাৰিআলিত বিজেপিৰ শান্তি সমদল।
  • কাৰ্য্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰণজিৎ দাস।
  • বিজেপিৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ সদস্যই এই অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
  • ইয়াৰ পূৰ্বে কেবাঠাইতো বিজেপিয়ে কৰিছিল শান্তি সমদল।
  • কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে দলটোৱে কৰিছিল শান্তি সমদল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in