ৰাফেল চুক্তিক লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপিৰ, গুৱাহাটীত প্ৰতিবাদ

ৰাফেল চুক্তিক লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপিৰ, গুৱাহাটীত প্ৰতিবাদ
  • ৰাফেল বিমান ক্ৰয় সংক্ৰান্তত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ।
  • বুধবাৰে গুৱাহাটীত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী।
  • ৰাজীৱ ভৱন ঘেৰাও কৰিব বিজেপিয়ে।
  • গোপাল বড়ো হাইস্কুলৰ পৰা ৰাজীৱ ভৱনলৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিজেপিয়ে।
  • কংগ্ৰেছে দেশৰ জনসাধাৰণক বিভ্ৰান্ত আৰু বিপথে পৰিচালিত কৰাৰ অভিযোগ।
  • ইফালে প্ৰতিখন জিলাতে আজি প্ৰতিবাদী সমদল উলিয়াব বিজেপিয়ে।
  • প্ৰতিবাদী সমদলৰ জৰিয়তে জিলা উপায়ুক্ত/মহকুমাধিপতিৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বিজেপিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in