তুংগত উঠিছে বিজেপিৰ প্ৰচাৰ অভিযান, ভীষণ ব্যস্ত সকলো ষ্টাৰ কেম্পেইনাৰ…

তুংগত উঠিছে বিজেপিৰ প্ৰচাৰ অভিযান, ভীষণ ব্যস্ত সকলো ষ্টাৰ কেম্পেইনাৰ…
  • তুংগত উঠিছে বিজেপিৰ প্ৰচাৰ অভিযান।
  • মঙলবাৰেও বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে চলাব প্ৰচাৰ।
  • দিল্লীত জনসভা সম্বোধন কৰিব ৰাজনাথ সিঙে।
  • মোৰাদাবাদত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে।
  • গাজিয়াবাদত সুষমা স্বৰাজে, শ্বাহজাহানপুৰত প্ৰচাৰ চলাব জে পি নড্ডাই, প্ৰকাশ জাভড়েকাৰে জনসভা সম্বোধিত কৰিব পুনেত,
  • বালাছোড়ত নিৰ্বাচনী প্ৰচাৰ চলাব ধৰ্মেন্দ্ৰ প্ৰধানে, মুৰাইনাত নৰেন্দ্ৰ সিং টোমৰৰ নিৰ্বাচনী প্ৰচাৰ, ভাদোহী-জৌনপুৰত প্ৰচাৰ চলাব স্মৃতি ইৰানীয়ে,
  • আনহাতে পুৰীত শিৱৰাজ সিং চৌহানে চলাব প্ৰচাৰ অভিযান, আম্ৰোহাত মুক্তাৰ আব্বাছ নকভিয়ে আৰু উড়ুপিত নিৰ্বাচনী প্ৰচাৰ চলাব নিৰ্মলা সীতাৰমনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in