শেহতীয়া খবৰ
নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ... • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত

তুংগত উঠিছে বিজেপিৰ প্ৰচাৰ অভিযান, ভীষণ ব্যস্ত সকলো ষ্টাৰ কেম্পেইনাৰ…

76
  • তুংগত উঠিছে বিজেপিৰ প্ৰচাৰ অভিযান।
  • মঙলবাৰেও বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে চলাব প্ৰচাৰ।
  • দিল্লীত জনসভা সম্বোধন কৰিব ৰাজনাথ সিঙে।
  • মোৰাদাবাদত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে।
  • গাজিয়াবাদত সুষমা স্বৰাজে, শ্বাহজাহানপুৰত প্ৰচাৰ চলাব জে পি নড্ডাই, প্ৰকাশ জাভড়েকাৰে জনসভা সম্বোধিত কৰিব পুনেত,
  • বালাছোড়ত নিৰ্বাচনী প্ৰচাৰ চলাব ধৰ্মেন্দ্ৰ প্ৰধানে, মুৰাইনাত নৰেন্দ্ৰ সিং টোমৰৰ নিৰ্বাচনী প্ৰচাৰ, ভাদোহী-জৌনপুৰত প্ৰচাৰ চলাব স্মৃতি ইৰানীয়ে,
  • আনহাতে পুৰীত শিৱৰাজ সিং চৌহানে চলাব প্ৰচাৰ অভিযান, আম্ৰোহাত মুক্তাৰ আব্বাছ নকভিয়ে আৰু উড়ুপিত নিৰ্বাচনী প্ৰচাৰ চলাব নিৰ্মলা সীতাৰমনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি