সোমবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • সোমবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক।
  • বিজেপিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বৈঠক।
  • বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃবৰ্গ উপস্থিত থকাৰ সম্ভাৱনা।
  • বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহেও।
  • দলৰ নৱনিযুক্ত সাংসদ সকলেও অংশ ল'ব এই বৈঠকত।
  • এনডিএৰ দ্বিতীয় কাৰ্যকালত বিজেপিৰ সাংসদ সকলৰ কাৰ্যসূচী সন্দৰ্ভত বৈঠকত হ'ব আলোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in