শেহতীয়া খবৰ
এলাগী হৈছে গুৱাহাটী!  •  ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯...  •  চানমাৰিস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ১৬জন কৰ্মচাৰীৰ দেহত কোভিড-১৯...  •  কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  গুৱাহাটীত কিমান আৰক্ষী আক্ৰান্ত কোভিড-১৯ত...  •  এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ...  •  কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই...  •  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সচিবালয়ত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...

দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়…

252
  • পশ্চিম বংগত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়।
  • বাংকুৰা জিলাৰ চন্দাই গ্ৰামত নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বিজেপিৰ কাৰ্যালয়ত।
  • অগ্নিকাণ্ডত সম্পূৰ্ণেৰূপে ভষ্মীভূত হয় কাৰ্যালয়টো।
  • অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই ঘটনাত।
  • তৃণমূল কংগ্ৰেছ কৰ্মীয়ে কাৰ্যালয়টো জ্বলাই দিয়া বুলি অভিযোগ কৰিছে বিজেপিয়ে।
  • ইফালে বিজেপিয়ে নিজেই কাৰ্যালয়টো জ্বলাই দি ৰাজনৈতিক ষড়যন্ত্ৰ ৰচাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি