দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়…

দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়…
  • পশ্চিম বংগত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়।
  • বাংকুৰা জিলাৰ চন্দাই গ্ৰামত নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বিজেপিৰ কাৰ্যালয়ত।
  • অগ্নিকাণ্ডত সম্পূৰ্ণেৰূপে ভষ্মীভূত হয় কাৰ্যালয়টো।
  • অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই ঘটনাত।
  • তৃণমূল কংগ্ৰেছ কৰ্মীয়ে কাৰ্যালয়টো জ্বলাই দিয়া বুলি অভিযোগ কৰিছে বিজেপিয়ে।
  • ইফালে বিজেপিয়ে নিজেই কাৰ্যালয়টো জ্বলাই দি ৰাজনৈতিক ষড়যন্ত্ৰ ৰচাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in