বিজেপিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ…

বিজেপিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ…
  • পশ্চিম বংগৰ আচাঞ্চলত ভষ্মীভূত হ'ল এটা বিজেপিৰ কাৰ্যালয়।
  • চালানপুৰ গাঁৱত থকা বিজেপিৰ কাৰ্যালয়টোত নিশা অগ্নিসংযোগ দুৰ্বৃত্তৰ।
  • নিমিষতে জুয়ে আৱৰি ধৰি কাৰ্যালয়টো।
  • এই ঘটনাৰ আঁৰত তৃণমূল কংগ্ৰেছ জড়িত থকাৰ অভিযোগ কৰিছে বিজেপিয়ে।
  • ইফালে তৃণমূল কংগ্ৰেছে অভিযোগ কৰা মতে বিজেপিয়েই জ্বলাই দিছে কাৰ্যালয়টো।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in