শেহতীয়া খবৰ
অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO

বিজেপিৰে মিত্ৰতা ভংগ কৰিবলৈ প্ৰস্তুত এন পি পি!

529
  • মেঘালয়ৰ শাসক দল এন পি পিয়ে মিত্ৰতা ভংগ কৰিব বিজেপিৰে।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লেই মিত্ৰতা ভংগৰ হুংকাৰ এনপিপিৰ।
  • দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই হুংকাৰ।
  • চাংমাৰ হুংকাৰৰ পাছতে গৃহমন্ত্ৰীৰ পুনৰ বৈঠকৰ আহ্বান।
  • দিল্লীত অগপ নেতৃত্বৰে বৈঠকৰ অন্তত এই ঘোষণা কৰে কনৰাড চাংমাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি