মই অসমীয়া, সমষ্টিবাসীয়ে ক’লেই ময়ো পদত্যাগ কৰিম বিজেপিৰ পৰাঃ পদ্ম হাজৰিকা

মই অসমীয়া, সমষ্টিবাসীয়ে ক’লেই ময়ো পদত্যাগ কৰিম বিজেপিৰ পৰাঃ পদ্ম হাজৰিকা
  • নাগৰিকত্ব সংশোধনী আইনক লৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া।
  • 'মই বিজেপিৰ পৰা পদত্যাগ কৰিবলৈ সাজু।'
  • 'মোৰ সমষ্টিবাসীয়ে ক'লেই ময়ো পদত্যাগ কৰিম।'
  • 'শৰীৰত শেষ টোপাল তেজ থকালৈকে অসমীয়াৰ হকে যুঁজিম।'
  • 'মই এজন অসমীয়া, সেয়ে অসমীয়াৰ ক্ষতি হোৱা কাম মই কেতিয়াও নকৰো।'
  • আন্দোলনৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে ধ্বংসযজ্ঞ চলোৱা বুলি অভিযোগ পদ্ম হাজৰিকাৰ।
  • বিজেপিৰ পৰা সদ্য পদত্যাগী যতীন বৰাকো সমালোচনা কৰে বিধায়কজনে।
  • 'মই যতীন বৰাৰ দৰে দুতলীয়া নহয়।'
  • 'এতিয়া বাল্মীকি হৈ তেওঁ আন্দোলনত যোগ দিছে।'
  • আনহাতে কংগ্ৰেছী নুৰজামালৰ সমৰ্থকে তেওঁৰ ঘৰ ঘেৰাও কৰা বুলিও অভিযোগ কৰে পদ্ম হাজৰিকাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in