শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

কোনে পালে টিকটঃ বিজেপিৰ ১৭জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

১৭টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে।

  • দিছপুৰ-অতুল বৰা
  • পূৱ গুৱাহাটী-সিদ্ধাৰ্থ ভট্টাচাৰ্য,
  • হাজো-সুমন হৰিপ্ৰিয়া
  • ধৰ্মপুৰ-চন্দ্ৰ মোহন পাটোৱাৰী
  • বৰক্ষেত্ৰী-নাৰায়ণ ডেকা
  • দক্ষিণ শালমাৰা-আশ্বাদুল ইছলাম
  • ধুবুৰী-ডা০ দেবাময় সন্যাল
  • গোলোকগঞ্জ-অশ্বিনী ৰায় চৰকাৰ
  • বিলাসীপাৰা পশ্চিম-ডা০ আবু বক্কৰ চিদ্দিকী
  • বিলাসীপাৰা পূব-অশোক সিংঘী
  • বিজনী-অজয় কুমাৰ ৰায়
  • দুধনৈ-সম্যজিৎ ৰাভা
  • জলেশ্বৰ-ওচমান গণী
  • সৰভোগ-শংকৰ চন্দ্ৰ দাস
  • জানিয়া-ছাহিদুল ইছলাম
  • বাঘবৰ-হাছিনাৰা খাতুন
  • পলাশবাৰী-হেমাংগ ঠাকুৰীয়া