শেহতীয়া খবৰ
ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰীয়ে জ্বলালে বন্তি...  •  ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰীয়ে জ্বলালে বন্তি...  •  কোকৰাঝাৰত মমবাতিৰেই ‘কৰোনা’ লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি... VIDEO  •  নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড... VIDEO  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO

আপৰ নেতা-কৰ্মীয়ে কিয় ইমান চিন্তিত হৈ পৰিছেঃ বিজেপি নেতা মনোজ তিৱাৰী…

221

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু আম আদমি পাৰ্টীক সমালোচনা কৰি মন্তব্য কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে। সাংবাদিকৰ আগত মনোজ তিৱাৰীয়ে কয়- ‘আপৰ নেতা-কৰ্মীসকল কিয় ইমান চিন্তিত হৈ পৰিছে? তেওঁলোকক এগজিট প’লত ৪৪খন আসন লাভ কৰিব বুলি কোৱা হৈছে। কিন্তু বিজেপিয়ে ৪৮খনৰো অধিক আসন লাভেৰে চৰকাৰ গঠন কৰিব।’

ইভিএম সন্দৰ্ভতো বিজেপি নেতাগৰাকীয়ে কয় যে- ‘ইভিএমক লৈ কিয় কান্দি আছে? যদি আপে নিৰ্বাচনত জয়ী হয় তেন্তে ইভিএম ঠিকে আছে, যদি বিজেপি জয়ী হয় ইভিএমত বিসংগতি আছে। ঝাৰখণ্ডত আমি জয়ী হোৱা নাছিলো কিন্তু আমিটো ইভিএমৰ ভুল বুলি কোৱা নাছিলো। নিজৰ কৰ্মকহে দোষ দিয়ক।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি